1. হৰেণে পাচলি বজাৰলৈ গৈ পটল 1 কি গ্রা, ভেন্দী 500 গ্রা, জলকীয়া 300 গ্রাম, তিয়হ 2 কি গ্রা, বিন 250 গ্রাম কিনি আনিলে। হৰেণে মুঠতে কিমান ওজনৰ বজাৰ কৰিলে ?
Answers
Answered by
12
ANSWER :
- ★ যদি হৰেণে পাচলি বজাৰলৈ গৈ পটল 1 কি. গ্রা., ভেন্দী 500 গ্রা., জলকীয়া 300 গ্রা., তিয়হ 2 কি. গ্রা., বিন 250 গ্রা. কিনি আনে; তেন্তে হৰেণে মুঠতে 4 কি. গ্রা. 50 গ্রা. ওজনৰ বজাৰ কৰিলে ।
___________________________________________________________
SOLUTION :
দিয়া আছে,
- হৰেণে পটল কিনিলে = 1 কি. গ্রা.
- হৰেণে ভেন্দী কিনিলে = 500 গ্রা.
- হৰেণে জলকীয়া কিনিলে = 300 গ্রা.
- হৰেণে তিয়হ কিনিলে = 2 কি. গ্রা.
- হৰেণে বিন কিনিলে = 250 গ্রা.
নিৰ্ণয় কৰিব লাগে,
- হৰেণে মুঠতে কিমান ওজনৰ বজাৰ কৰিলে = ?
ইয়াত,
- পটলৰ ওজন = 1 কি. গ্রা.
- ভেন্দীৰ ওজন = 500 গ্রা. = 0.5 কি. গ্রা.
- জলকীয়াৰ ওজন = 300 গ্রা. = 0.3 কি. গ্রা.
- তিয়হৰ ওজন = 2 কি. গ্রা.
- বিনৰ ওজন = 250 গ্রা. = 0.25 কি. গ্রা.
∴ মুঠ ওজন = 1 কি. গ্রা. + 0.5 কি. গ্রা. + 0.3 কি. গ্রা. + 2 কি. গ্রা. + 0.25 কি. গ্রা.
➨ মুঠ ওজন = 4.05 কি. গ্রা.
➨ মুঠ ওজন = 4 কি. গ্রা. 50 গ্রা.
Similar questions
English,
18 days ago
Social Sciences,
18 days ago
English,
18 days ago
Math,
1 month ago
Math,
9 months ago