| 1. জীৱৰ বাবে প্ৰজনন কিয় আৱশ্যকীয়?
2. যৌন বা অযৌন প্রজননৰ ভিতৰত কোনটো প্রক্রিয়া বেছি সুবিধাজনক আৰু কিয় ?
3. অযৌন প্রক্রিয়াৰ দ্বাৰা সৃষ্টি হােৱা সতি সন্ততিক কিয় কৃন্তক বা ক্ল’ন বুলি কোৱা
হয়?
Answers
Answered by
17
Answer:
১/ জীৱৰ বাবে প্ৰজনন অত্যাৱশ্যকীয় । কাৰণ প্ৰজনন অবিহনে কোনো এটা প্ৰজাতি বেছি দিন পৃথিৱীত বৰ্তি থাকিব নোৱাৰে। প্ৰজনন হল বংশবিস্তাৰৰ এক প্ৰক্ৰিয়া ।গতিকে প্ৰজনন অবিহনে কোনো এটা জীৱৰ অস্তিত্ব নাথাকে।
২/ অযৌন প্ৰজনন বেছি সুবিধাজনক । কাৰণ অযৌন প্ৰজননত দুটা ভিন্ন বিপৰীত লিংগৰ প্ৰয়োজন নহয় ।
৩/ অযৌন প্রক্রিয়াৰ দ্বাৰা সৃষ্টি হােৱা সতি সন্ততি আংগিক আৰু আনুবংশীকভাৱে সদৃশ হয় । সেয়েহে অযৌন প্রক্রিয়াৰ দ্বাৰা সৃষ্টি হােৱা সতি সন্ততিক কৃন্তক বা ক্ল’ন বুলি কোৱা হয়।
Similar questions