1. এখন অর্থনীতিৰ মূল সমস্যাসমূহ আলােচনা কৰা।
2. এখন অর্থনীতিৰ উৎপাদন সম্ভাৱনীয়তা বুলিলে কি বুজা ?
3.
উৎপাদন সম্ভাৱনীয়তা সীমাৰেখা কি?
4.
অর্থনীতিৰ বিষয়বস্তু আলােচনা কৰা।
5.
কেন্দ্রীয়ভাবে পৰিকল্পিত অর্থনীতি আৰু বজাৰ অর্থনীতিৰ মাজত পার্থক্য উল্লেখ কৰা।
6.
যথার্থ অর্থনৈতিক বিশ্লেষণ বুলিলে কি বুজা?
7.
আদর্শগত অর্থনৈতিক বিশ্লেষণ বুলিলে কি বুজা?
8.
ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতিৰ মাজত পার্থক্য লিখা।
Answers
Answered by
28
Explanation:
এখন অর্থনীতিৰ মূল সমস্যাসমূহ আলােচনা কৰা।
Similar questions