Hindi, asked by essamech4, 4 days ago

অতি চমু প্রশ্ন ঃ 1. বহল ভিত্তিত পৰিসংখ্যাৰ সংজ্ঞা আগবঢ়োৱা। 2 অর্থবিজ্ঞান মানে কি? 3. পৰিসংখ্যা বুলিলে কি বুজা? 4. একবচনত পৰিসংখ্যাৰ অৰ্থ লিখা। 5. পৰিসংখ্যাৰ এটা বৈশিষ্ট্য লিখা। 6. দুষ্প্রাপ্যতাৰ অর্থ কি? 7. অর্থনৈতিক কার্যকলাপ বুলিলে কি বুজা? 8. অনা-অর্থনৈতিক কার্যকলাপ (কাম-কাজ) বুলিলে কি বুজা ? 9. বহুবচনত পৰিসংখ্যাই কি বুজায় ? 10. কি দুটা বিভিন্ন অর্থত পৰিসংখ্যাক ব্যৱহাৰ কৰা হয় লিখা। 11. পৰিসংখ্যা বিজ্ঞান নে কলা ? 12. পৰিসংখ্যা বিজ্ঞানৰ জনক বুলি কাক কোৱা হয় ? 13. অর্থবিজ্ঞানৰ জনক বুলি কাক কোৱা হয়? 14. পৰিসংখ্যা বিজ্ঞানৰ এটা সীমাৱদ্ধতা লিখা। 15. পৰিসংখ্যা বিজ্ঞানে কেৱল সংখ্যাগত তথ্যহে বিচাৰ কৰে। (শুদ্ধ/অশুদ্ধ) Sen Anés ​

Answers

Answered by probalborah991
1

Answer:

বহল ভিত্তিত পৰিসংখ্যাৰ সংজ্ঞা আগবঢ়োৱা

Similar questions