তলৰ শব্দকেইটাৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা।
1) পণ্ডিত 2) ৰজা 3) উপস্থিত 4) নিন্দা 5) প্রশ্ন 6) জ্ঞানী 7) চহকী
Answers
Answered by
1
Answer:
1) পণ্ডিত × মূৰ্খ
2) ৰজা × ৰাণী
3) উপষ্ঠিত × অনুষ্ঠিত
4) নিন্দা × প্ৰশংসা
5) প্ৰশ্ন × উত্তৰ
6) জ্ঞানী × মূৰ্খ
7) চহকী × দুখীয়া
Answered by
2
Answer:
1)=মুৰ্খ
2)=প্ৰজা
3)=অনুপস্থিত
4)=প্ৰশংসা
5)=উত্তৰ
6)=অজ্ঞানী
7)=দুখীয়া
Similar questions