India Languages, asked by dasr06525, 7 months ago

1.
এখন টেবুলৰ সমতলত তাৰৰ বৃত্তাকাৰ কুণ্ডলী এটা
বিবেচনা কৰা। ধৰা হওঁক, ঘড়ীৰ কঁাটাৰ দিশত
ইয়াৰ মাজেৰে প্রবাহ চালিত হৈছে। কুণ্ডলীটোৰ
ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ
উলিয়াবলৈ সোঁহাতৰ নীতি প্রয়ােগ কৰা।
এটা প্রদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্রকৃতি সুষম
ইয়াক প্ৰদৰ্শন কৰি চিত্র অংকন কৰা।

Answers

Answered by BenjaminRoger30
2

Answer:

I guess the diagram would be something like this one

Explanation:

hope it helped plz mark as brainliest

Attachments:
Similar questions