Chemistry, asked by XxCharmingGuyxX, 29 days ago

1. তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?
2PbO(s) + C(s) → 2Pb(s) + CO2(g)
(a) লেড বিজাৰিত হৈছে।
(b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে।
(c) কার্বন জাৰিত হৈছে।
(d) লেড অক্সাইড বিজাৰিত হৈছে।
(i) (a) আৰু (b)
(ii) (a) আৰু (c)
(iii) (a), (b) আৰু (c)
(iv) সকলাে​

Answers

Answered by TRISHNADEVI
4

ANSWER :

 \\  \\

❍ (ii) (a) আৰু (b)

  • (a) লেড বিজাৰিত হৈছে।

  • (b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে।

_________________________________________________________

EXPLANATION :

 \\  \\

দিয়া আছে,

  • বিক্ৰিয়া :- 2PbO(s) + C(s) → 2Pb(s) + CO₂(g)

ইয়াত,

  • PbO ➙ লেড অক্সাইড

  • C ➙ কার্বন

  • Pb ➙ লেড

  • CO₂ ➙ কার্বন ডাই অক্সাইড

উক্ত বিক্ৰিয়াটোত লেড অক্সাইডে কার্বনৰ লগত বিক্ৰিয়া কৰাত কাৰ্বন জাৰিত হৈ কার্বন ডাই অক্সাইড উৎপন্ন কৰিছে আৰু লেড অক্সাইড বিজাৰিত হৈছে।

 \\

এতিয়া,

উক্তিসমূহ :-

  • (a) লেড বিজাৰিত হৈছে।

  • (b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে।

  • (c) কার্বন জাৰিত হৈছে।

  • (d) লেড অক্সাইড বিজাৰিত হৈছে।

 \\

ইয়াৰ ভিতৰত শুদ্ধ উক্তিসমূহ হৈছে :-

  • (c) কার্বন জাৰিত হৈছে

  • (d) লেড অক্সাইড বিজাৰিত হৈছে

ইয়াৰ ভিতৰত অশুদ্ধ উক্তিসমূহ হৈছে :-

  • (a) লেড বিজাৰিত হৈছে ।
  • (b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে ।

___________________________________________

Required Answer :-

  • (ii) (a) আৰু (b)

Answered by hemantabaruah23
3

Answer:

I) (a) আৰু (b)

mark this answer as Brainlist

Similar questions