Science, asked by bishwajitbarman277, 4 months ago

1. দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূৰ্বৰ তুলনাত আধা কৰি দিয়া হয় তেন্তে বস্তু দুটাৰ মাজৰ মহাকর্ষণিক
আকর্ষণ পূর্বৰ তুলনাত কিমান হ’ৰ?
2 মহাকর্ষণিক বলে সকলাে বস্তুৰ ওপৰত তাৰ ভৰৰ সমানুপাতিকভাৱে ক্রিয়া কৰে। তেন্তে
গধুৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে কিয় ?
3. পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত থকা 1 kg ভৰৰ বস্তু এটাৰ মাজৰ মহাকর্ষণিক বলৰ মান কিমান ?
(পৃথিৱীৰ ভৰ 6 × 1024 kg আৰু পৃথিৱীৰ ব্যাসার্ব 6.4 x 10° m)
4. মহাকর্ষণিক বলৰ দ্বাৰা পৃথিৱী আৰু চন্দ্ৰ পৰস্পৰে আকর্ষিত হয়। চন্দ্ৰই পৃথিৱীক যি ৰলেৰে
আকর্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়ােগ কৰা আকর্ষণী বল সমান
নে কম নে বেছি? কিয় ?
5. চন্দ্ৰই পৃথিৱীক আকর্ষণ কৰি থকা স্বত্ত্বেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাৱমান নহয় কিয় ?
ifa​

Answers

Answered by ankushpsingh1632008
0

Answer:

English please

Explanation:

can you please tell me what is the question in ENGLISH

Similar questions