1. তলত দিয়া প্রশ্নসমূহৰ উত্তৰ দিয়া
(a) সিন্ধু উপত্যকাৰ সভ্যতা প্রথমে ক’ত আৱিষ্কাৰ হৈছিল ?
(b) “তামিলা” কি ?
(c) তিপিতাক’ শব্দৰ অর্থ কি ?
(d) ফাতিয়াহ- ই- ইব্রিয়াহ’ গ্রন্থৰ ৰচকজন কোন?
(e) জ্যা- বেপটিষ্ট টেভাৰনিয়াৰ কোন?
(f) ছিলছিলা বুলিলে কি বুজা?
(g) ‘গপুৰ’ কি ?
(h) আইন- ই - আকবৰী’ কোনে ৰচনা কৰিছিল?
(i) বংগদেশত চিৰস্থায়ী বন্দবস্ত কোনে প্ৰৱৰ্তন কৰিছিল ?
(j) কোন চনত ভাৰতত ৰেলসেৱা আৰম্ভ কৰা হৈছিল ?
(k) মহাত্মা গান্ধীক কোনে হত্যা কৰিছিল ?
(I) পাকিস্থান' শব্দৰ ৰূপ কোনে দিছিল ?
(a) হৰঞ্জীয় সংস্কৃতিৰ বিশ্বাস সম্পর্কে চমুকৈ লিখা ?
(b) বহির্বিবাহ আৰু অন্তর্বিবাহ বুলিলে কি বুজা ?
(c) ব্রহ্মোত্তৰ আৰু ধমোত্তৰ মাটি কি ?
Answers
Answered by
0
Answer:
1) harrpa and mahanjudaru
Answered by
3
Answer:
সিন্ধু উপত্যকাৰ সভ্যতা প্রথমে ক’ত আৱিষ্কাৰ হৈছিল ?
Similar questions
Math,
3 months ago
English,
3 months ago
Math,
3 months ago
English,
7 months ago
Biology,
7 months ago
Social Sciences,
1 year ago
Social Sciences,
1 year ago