English, asked by rockybulalom, 8 months ago

(1) জাপা | | |
Assamese to English:
(a) মই আমাৰ স্কুলত তিনি বছৰ ধৰি পঢ়ি আছে।
(b) মই সদায় স্কুলত আহো।
(c) কাইলৈ আমাৰ বছৰেকীয়া পৰীক্ষা আৰম্ভ হ’ব।
(d) আমাৰ ইংৰাজী শিক্ষকজন অতি ভাল।।
(e) তেখেতে আমাক কৈছিল, “পৰীক্ষা ভালকৈ দিবলৈ চেষ্টা কৰা।”
(f) আমিও বহুত চেষ্টা কৰি পঢ়িছিলো।​

Answers

Answered by chandradhardeka1160
11

Answer:

I have been reading in this school for ten years

Answered by karan7437
36

Answer:

প্ৰথম কথা তুমি অসমীয়া

আৰু তোমাৰ উত্তৰ--

(a)I have been reading in our school for ten years.

(b) I always come to school.

(c) tomorrow our anual examination will begin.

(d) our english teacher is very good.

(e)he said to us,"trying give the exam well".

(f)we also had to try a lot.

Explanation:

যদি শুদ্ধ হৈছে like, follow আৰু brainlist ত mark কৰিবা।

আশা কৰিছোঁ তোমাৰ কিবা সহায়ক হব।

Similar questions