1)অজৈৱ নিম্নীকৰণ পদার্থই পৰিৱেশত প্ৰভাৱ পেলাব ।
please answer this question . any one here from asamese medium
Answers
Answered by
1
জীৱ অনিম্নিকৰণ পদাৰ্থই তলত উল্লেখ কৰা ধৰণে পৰিৱেশত প্ৰভাৱ পেলায় :-
1. জীৱ অনিম্নিকৰণ পদাৰ্থবোৰ ক'ৰবাত দম হৈ থাকিলে বা তাত জুই জ্বলিলে তাৰ পৰা নিৰ্গত গেছ আৰু ধোঁৱাই স্থানীয় বাতাৱৰণ অসহ্যকৰ কৰি তোলে অৰ্থাৎ বায়ু প্ৰদূষণ কৰে |
2. জীৱ অনিম্নিকৰণ গধুৰ ধাতু তথা কৃত্ৰিমভাৱে প্ৰস্তুত কৰা বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰৰ দ'মৰ পৰা বিষাক্ত দ্ৰব্য ভূ-পৃষ্ঠলৈ নিগৰি যোৱাৰ ফলত এইবোৰ ভূ-পৃষ্ঠৰ পানীৰ লগত মিহলি হ'ব পাৰে ; ইয়ে ভূ-পৃষ্ঠৰ পানী প্ৰদূষিত কৰি মানুহৰ অনুপযোগী কৰি তোলে |
Similar questions