বাছ এখনৰ দ্ৰুতি 10 ছেকেণ্ডত 40km h-1 ৰ পৰা 30km h-1 লৈ হ্ৰাস পালে। বাছখনৰ ত্বৰন নিৰ্নয় কৰা?
Answers
Step-by-step explanation:
• বৰদৈচিলা পদ্যটো কোনে ৰচনা কৰিছে ?
উঃ বৰদৈচিলা পদ্যটো হেমচন্দ্ৰ গোস্ৱামীয়ে ৰচনা কৰিছিল ।
• চ'তৰ বিহুত হিল - দল ভাঙি কোনে মাকৰ ঘৰলৈ ঢাপলি মেলিছে ?
উঃ চ'তৰ বিহুত হিল - দল ভাঙি বৰদৈচিলা মাকৰ ঘৰলৈ ঢাপলি মেলিছে ।
• বৰদৈচিলাৰ লগৰীয়া কোন ?
উঃ বৰদৈচিলাৰ লগৰীয়া যত বা-মাৰলি ।
• মাকে বৰদৈচিলাক কি দিব ?
উঃ মাকে বৰদৈচিলাক মাধৈ ফুল দিব ।
পদ্যটোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবৌ কৰা হৈছে ?
উঃ পদ্যটোৰ শেষত বৰদৈচিলাক লাহে - ধীৰে যাবলৈ কাবৌ কৰিছে ।
(খ)
• বৰদৈচিলা আহিলে আমাৰ কি কি ক্ষতি হয় ?
উঃ বৰদৈচিলা আহিলে আমাৰ সকলোৰে ঘৰ - দুৱাৰ , হিল - দল , গছ - গছনি আদি ভাঙে আৰু উৰুৱাই নিয়ে । যাৰফলত বহুত ক্ষতি হয় ।
• বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে কি কি কৰাৰ কথা কৈছে ?
উঃ বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে চোতালত বৰপীৰা কাকৈ - ফণি আদি থোৱাৰ কথা কৈছে ।
শব্দৰ লগত অর্থ মিলােৱো -
উঃ বৰদৈচিলা - ব'হাগ বিহুৰ আগে - পাছে হােৱা ডাঙৰ ধুমুহা
ঢাপলি - চেঁকুৰি যােৱা কার্য
কাঁকৈ - চুলিৰ জট ভঙা দীঘলীয়া ফণি
ৰাজবাট - ৰাজ - আলি , অহা - যােৱা কৰা ৰাস্তা
লৰ - বেগাই যােৱা কার্য
কেৰু - কাণত পিন্ধা এবিধ অলংকাৰ
পীৰা - খুৰা থকা কাঠৰ আসন
বৰদৈচিলাক মাকৰ ঘৰ আহি পালে কোনে কি দিব লিখা ।
উঃ
মাকে - মাধৈ ফুল ।
বাপেকে - খাৰু
ককায়েকে - কাপোৰ কানি ।
ভায়েকে - কেৰু ।
কাষৰ বৰপীৰাৰ পৰা শব্দ আনি বাক্যবোৰ সম্পূৰ্ণ কৰা ।
উঃ চুলি আঁচুৰিবলৈ কাকৈঁ ব্যৱহাৰ কৰা হয় ।
(খ) বহাগ বিহুৰ আগে - পাছে বৰদৈচিলা আহে ।
(গ) কেৰু এবিধ কাণত পিন্ধা অলংকাৰ ।
(ঘ) সাধাৰণ পীৰাতকৈ ডাঙৰ কাঠৰ আসনক বৰপীৰা বোলে ।
(ঙ) জহকালি শীতল পাটীত শুলে গা - মন জুৰ পৰে ।
*মূৰৰ চুলি মেলাই মানে মূৰ আঁচুৰি । কবিয়ে বৰদৈচিলাক কিহেৰে মূৰ আঁচুৰি যাবলৈ কৈছে ?
উত্তৰঃ কবিয়ে বৰদৈচিলাক কাকৈ-ফণিৰে মূৰ আঁচুৰি যাবলৈ কৈছে।
বিপৰীতাৰ্থক শব্দ লিখা ।
উঃ
(ক) বেগাই - লেহেম
(খ) উষ্ণ - শীতল
(গ) উঠিবলৈ - বহিবলৈ
(ঘ) ইয়াত - তাত
তলৰ শব্দবোৰেৰে একোটাকৈ বৈক্য ৰচনা কৰা ।
উঃ
বৰদৈচিলা - বহাগ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায় ।
হিল - দল ভাঙি - বৰদৈচিলাই মাকৰ ঘৰলৈ যাওতে হিল - দল ভাঙি নিয়ে ।
শীতল পাটি - গৰম দিনত শীতল পাটিত শুই ভাল লাগে ।
ঢাপলি মেলা - ৰহিমে ৰামৰ ঘৰলৈ যাবৰ বাবে ঢাপলি মেলিছে ।
মূৰৰ চুলি মেলাই - বৰদৈচিলাক কবিয়ে মাকৰ ঘৰলৈ যাওঁতে মূৰৰ চুলি মেলাই যাবলৈ কৈছে ।
তলৰ দিয়া শব্দবোৰৰ বিপৰীত লিংগ লিখা ।
পুংলিংগ স্ত্ৰীলিংগ
বাপেক - মাক
ককায়েক - বায়েক
ভায়েক - ভনীয়েক
পেহাক - পেহীয়েক
শহুৰেক - শাহুৱেক
স্ত্ৰীলিংগ পুংলিংগ
মাকে - বাপেকে
বায়েকে - ককায়েকে
ভনীয়েকে - ভায়েকে
পেহীয়েকে - পেহাকে
শাহুৱেকে - শহুৰেকে
*বৰদৈচিলা বাপেকে খাৰু ভায়েকে কেৰু দিছে । ইয়াৰ বাহিৰে আৰু কি কি অসমৰ গহনা-গাঁঠৰি আছে লিখা ।
উত্তৰঃ অসমৰ বহুতো গহনা-গাঁঠৰি আছে তাৰ ভিতৰত হ'ল- জোনবিৰি, থুৰিয়া, দুগদুগি, ঢোলবিৰি ইত্য়াদি ।
Email This
BlogThis!
Share to Twitter
Share to Facebook
Newer PostOlder PostHome
0 comments:
Post a Comment
Write your Comment
Search
Followers
Founder & CEO
Quiz কুইজ ( পুৰস্কাৰ )
দেশৰ ৰাজধানী কুইজ
সানমিহলী কুইজ
অসমৰ ইতিহাস কুইজ
খেলৰ জগতৰ কুইজ
বিহু লগত সংগতি
Report Answer or Need Help
অসমীয়া সাধু
Report Us
আমাৰ অসম
অসমীয়া কিতাপ
বিপৰীত শব্দ ২য় খণ্ড
অসমৰ বিষয়ে
অসমীয়া ব্যাকৰণ
সমাৰ্থক শব্দ বা প্ৰতিশব্দ
বিশেষ্যৰ পৰা বিশেষণলৈ
বিপৰীত শব্দ
এটা শব্দত প্ৰকাশ কৰা
অসমীয়া ৰচনা
জনপ্ৰিয় লোক
মহান লোকৰ বাণী
অসমীয়া কাহিনী
অসমীয়া নেওঁতা
ভাৰতবৰ্ষৰ তীৰ্থস্থান
অসমীয়া পঞ্জিকা
অসমীয়া শব্দ
বাক্য ৰচনা
অসমৰ চৰাই
অসমৰ ইতিহাস
অসমীয়া কবিতা
অসমৰ উদ্ভিদ
Assam festival
Assam Tourism
Assam People
Update
আলোচনী
Class 12 Class 11
Assam Question Answer
Class 12
Class 11
Class 10
Class 9
Class 8
Class 7
Class 6
Class 5
Class 4
Class 3
Class 2
Assam School Books
English
Assamese
Hindi
Jatiya Bidyalay
Class 8
Class 7
Class 6
Class 5
Class 4
Class 3
Sankardev School
Class 8
Class 7
Class 6
Class 5
Class 4
Class 3
Subjects
Hindi Teacher
Hindi Teacher
Reetesh Kr. Das
Answer:
বাছ এখনৰ দ্ৰুতি ১০ছেকেণ্ড ৪০kmh-1ৰ পৰা ৩০kmh-1লৈ হ্ৰাস পালে। বাছ খনৰ ত্বৰন নিৰ্নয় কৰা?