Math, asked by bosiruddinahmed0, 9 hours ago

বাছ এখনৰ দ্ৰুতি 10 ছেকেণ্ডত 40km h-1 ৰ পৰা 30km h-1 লৈ হ্ৰাস পালে। বাছখনৰ ত্বৰন নিৰ্নয় কৰা?​

Answers

Answered by meenadevi31361
1

Step-by-step explanation:

• বৰদৈচিলা পদ্যটো কোনে ৰচনা কৰিছে ?

উঃ বৰদৈচিলা পদ্যটো হেমচন্দ্ৰ গোস্ৱামীয়ে ৰচনা কৰিছিল ।

• চ'তৰ বিহুত হিল - দল ভাঙি কোনে মাকৰ ঘৰলৈ ঢাপলি মেলিছে ?

উঃ চ'তৰ বিহুত হিল - দল ভাঙি বৰদৈচিলা মাকৰ ঘৰলৈ ঢাপলি মেলিছে ।

• বৰদৈচিলাৰ লগৰীয়া কোন ?

উঃ বৰদৈচিলাৰ লগৰীয়া যত বা-মাৰলি ।

• মাকে বৰদৈচিলাক কি দিব ?

উঃ মাকে বৰদৈচিলাক মাধৈ ফুল দিব ।

পদ্যটোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবৌ কৰা হৈছে ?

উঃ পদ্যটোৰ শেষত বৰদৈচিলাক লাহে - ধীৰে যাবলৈ কাবৌ কৰিছে ।

(খ)

• বৰদৈচিলা আহিলে আমাৰ কি কি ক্ষতি হয় ?

উঃ বৰদৈচিলা আহিলে আমাৰ সকলোৰে ঘৰ - দুৱাৰ , হিল - দল , গছ - গছনি আদি ভাঙে আৰু উৰুৱাই নিয়ে । যাৰফলত বহুত ক্ষতি হয় ।

• বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে কি কি কৰাৰ কথা কৈছে ?

উঃ বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে চোতালত বৰপীৰা কাকৈ - ফণি আদি থোৱাৰ কথা কৈছে ।

শব্দৰ লগত অর্থ মিলােৱো -

উঃ বৰদৈচিলা - ব'হাগ বিহুৰ আগে - পাছে হােৱা ডাঙৰ ধুমুহা

ঢাপলি - চেঁকুৰি যােৱা কার্য

কাঁকৈ - চুলিৰ জট ভঙা দীঘলীয়া ফণি

ৰাজবাট - ৰাজ - আলি , অহা - যােৱা কৰা ৰাস্তা

লৰ - বেগাই যােৱা কার্য

কেৰু - কাণত পিন্ধা এবিধ অলংকাৰ

পীৰা - খুৰা থকা কাঠৰ আসন

বৰদৈচিলাক মাকৰ ঘৰ আহি পালে কোনে কি দিব লিখা ।

উঃ

মাকে - মাধৈ ফুল ।

বাপেকে - খাৰু

ককায়েকে - কাপোৰ কানি ।

ভায়েকে - কেৰু ।

কাষৰ বৰপীৰাৰ পৰা শব্দ আনি বাক্যবোৰ সম্পূৰ্ণ কৰা ।

উঃ চুলি আঁচুৰিবলৈ কাকৈঁ ব্যৱহাৰ কৰা হয় ।

(খ) বহাগ বিহুৰ আগে - পাছে বৰদৈচিলা আহে ।

(গ) কেৰু এবিধ কাণত পিন্ধা অলংকাৰ ।

(ঘ) সাধাৰণ পীৰাতকৈ ডাঙৰ কাঠৰ আসনক বৰপীৰা বোলে ।

(ঙ) জহকালি শীতল পাটীত শুলে গা - মন জুৰ পৰে ।

*মূৰৰ চুলি মেলাই মানে মূৰ আঁচুৰি । কবিয়ে বৰদৈচিলাক কিহেৰে মূৰ আঁচুৰি যাবলৈ কৈছে ?

উত্তৰঃ কবিয়ে বৰদৈচিলাক কাকৈ-ফণিৰে মূৰ আঁচুৰি যাবলৈ কৈছে।

বিপৰীতাৰ্থক শব্দ লিখা ।

উঃ

(ক) বেগাই - লেহেম

(খ) উষ্ণ - শীতল

(গ) উঠিবলৈ - বহিবলৈ

(ঘ) ইয়াত - তাত

তলৰ শব্দবোৰেৰে একোটাকৈ বৈক্য ৰচনা কৰা ।

উঃ

বৰদৈচিলা - বহাগ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায় ।

হিল - দল ভাঙি - বৰদৈচিলাই মাকৰ ঘৰলৈ যাওতে হিল - দল ভাঙি নিয়ে ।

শীতল পাটি - গৰম দিনত শীতল পাটিত শুই ভাল লাগে ।

ঢাপলি মেলা - ৰহিমে ৰামৰ ঘৰলৈ যাবৰ বাবে ঢাপলি মেলিছে ।

মূৰৰ চুলি মেলাই - বৰদৈচিলাক কবিয়ে মাকৰ ঘৰলৈ যাওঁতে মূৰৰ চুলি মেলাই যাবলৈ কৈছে ।

তলৰ দিয়া শব্দবোৰৰ বিপৰীত লিংগ লিখা ।

পুংলিংগ স্ত্ৰীলিংগ

বাপেক - মাক

ককায়েক - বায়েক

ভায়েক - ভনীয়েক

পেহাক - পেহীয়েক

শহুৰেক - শাহুৱেক

স্ত্ৰীলিংগ পুংলিংগ

মাকে - বাপেকে

বায়েকে - ককায়েকে

ভনীয়েকে - ভায়েকে

পেহীয়েকে - পেহাকে

শাহুৱেকে - শহুৰেকে

*বৰদৈচিলা বাপেকে খাৰু ভায়েকে কেৰু দিছে । ইয়াৰ বাহিৰে আৰু কি কি অসমৰ গহনা-গাঁঠৰি আছে লিখা ।

উত্তৰঃ অসমৰ বহুতো গহনা-গাঁঠৰি আছে তাৰ ভিতৰত হ'ল- জোনবিৰি, থুৰিয়া, দুগদুগি, ঢোলবিৰি ইত্য়াদি ।

Email This

BlogThis!

Share to Twitter

Share to Facebook

Newer PostOlder PostHome

0 comments:

Post a Comment

Write your Comment

Search

Followers

Founder & CEO

Quiz কুইজ ( পুৰস্কাৰ )

দেশৰ ৰাজধানী কুইজ

সানমিহলী কুইজ

অসমৰ ইতিহাস কুইজ

খেলৰ জগতৰ কুইজ

বিহু লগত সংগতি

Report Answer or Need Help

অসমীয়া সাধু

Report Us

আমাৰ অসম

অসমীয়া কিতাপ

বিপৰীত শব্দ ২য় খণ্ড

অসমৰ বিষয়ে

অসমীয়া ব্যাকৰণ

সমাৰ্থক শব্দ বা প্ৰতিশব্দ

বিশেষ্যৰ পৰা বিশেষণলৈ

বিপৰীত শব্দ

এটা শব্দত প্ৰকাশ কৰা

অসমীয়া ৰচনা

জনপ্ৰিয় লোক

মহান লোকৰ বাণী

অসমীয়া কাহিনী

অসমীয়া নেওঁতা

ভাৰতবৰ্ষৰ তীৰ্থস্থান

অসমীয়া পঞ্জিকা

অসমীয়া শব্দ

বাক্য ৰচনা

অসমৰ চৰাই

অসমৰ ইতিহাস

অসমীয়া কবিতা

অসমৰ উদ্ভিদ

Assam festival

Assam Tourism

Assam People

Update

আলোচনী

Class 12 Class 11

Assam Question Answer

Class 12

Class 11

Class 10

Class 9

Class 8

Class 7

Class 6

Class 5

Class 4

Class 3

Class 2

Assam School Books

English

Assamese

Hindi

Jatiya Bidyalay

Class 8

Class 7

Class 6

Class 5

Class 4

Class 3

Sankardev School

Class 8

Class 7

Class 6

Class 5

Class 4

Class 3

Subjects

Hindi Teacher

Hindi Teacher

Reetesh Kr. Das

Answered by daskusum987
0

Answer:

বাছ এখনৰ দ্ৰুতি ১০ছেকেণ্ড ৪০kmh-1ৰ পৰা ৩০kmh-1লৈ হ্ৰাস পালে। বাছ খনৰ ত্বৰন নিৰ্নয় কৰা?

Similar questions