Chinese, asked by XxCharmingGuyxX, 4 months ago

প্ৰশ্ন :-অৱতল দাপোণ এখনে ইয়াৰ সন্মুখত 10 Cm দূৰত্বত ৰখা বস্তু এটাৰ তিনি গুণে বিবর্ধিত সৎ
প্রতিবিম্ব গঠন কৰে। প্রতিবিম্বটোৰ অবস্থান কি ?​

Answers

Answered by TRISHNADEVI
4

ANSWER :

  \\

  • ❖ যদি এখন অৱতল দাপোণ এখনে ইয়াৰ সন্মুখত 10 Cm দূৰত্বত ৰখা বস্তু এটাৰ তিনি গুণে বিবর্ধিত সৎ প্রতিবিম্ব গঠন কৰে, তেন্তে প্ৰতিবিম্বটো অৱতল দাপোনৰ সন্মুখত 30 cm দূৰত্বত অৱস্থিত হ'ব ।

_____________________________________________________

SOLUTION :

 \\  \\

দিয়া আছে,

  • ❍ লক্ষ্যবস্তুৰ অৱস্থান, (u) = — 10 cm

  • ❍ বিৱৰ্ধন, (m) = — 3 (সৎ প্ৰতিবিম্ব)

  • ❍ প্ৰতিবিম্বৰ অৱস্থান, (v) = ?

 \\

আমি জানো যে,

  • ★ বিৱৰ্ধন, (m) = — {লক্ষ্যবস্তুৰ অৱস্থান, (u)} / {প্ৰতিবিম্বৰ অৱস্থান, (v) }

উক্ত সূত্ৰ ব্যৱহাৰ কৰি পাওঁ,

  • ★ বিৱৰ্ধন, (m)= — {লক্ষ্যবস্তুৰ অৱস্থান, (u)} / {প্ৰতিবিম্বৰ অৱস্থান, (v) }

⇒ — 3 = — { ( 10) cm / v }

⇒ — v = { (— 3) × (— 10) } cm

⇒ — v = 30 cm

v = 30 cm

  • ✎ গতিকে, প্ৰতিবিম্বৰ অৱস্থান, (v) = 30 cm

∴ প্ৰতিবিম্বটো অৱতল দাপোনৰ সন্মুখত 30 cm দূৰত্বত অৱস্থিত হ'ব ।

Similar questions