Math, asked by nayonjyotidutta5, 2 months ago

15,927,12,66,আৰু 8,05,64,021 এই সংখ্যাকেইটা আখৰেৰে লিখা ?​

Attachments:

Answers

Answered by OoINTROVERToO
11

প্রশ্ন

এই সংখ্যাকেইটা আখৰেৰে লিখা ?

15,927,12,66, and 8,05,64,021.

উত্তর

  • 15,927, 12, 66 , এই সংখ্যাটি ভুলভাবে লেখা হয়েছে।
  • এটি এমন হতে হবে → 15, 92, 71, 266
  • পনেরো কোটি নিরানব্বই লক্ষ লক্ষ একাত্তর হাজার হাজার দু'শ ষাট

  • 8,05,64,021 এই সংখ্যাটি ঠিক।
  • আট কোটি পাঁচ লাখ ষাট হাজার একুশ
Answered by BrainlyGovind
3
  1. তুমি যদি এখন টেবুলত এটা আপেল থোৱা, তেন্তে সেই এটা আপেলৰ পৰা নিজে নিজে টেবুলত পাঁচটা আপেল হৈ যাব নোৱাৰে। অৰ্থাৎ ১টো সদায় ১য়েই। সি কেতিয়াও ৫ হ’ব নোৱাৰে, বা কেতিয়াও ২ হ’ব নোৱাৰে; ১০ হ’ব নোৱাৰে; ২১৫ হ’ব নোৱাৰে….। প্ৰতিটো সংখ্যাই স্বতন্ত। প্ৰতিটো সংখ্যাৰে এটা হ’লেও বিশেষ ধৰ্ম আছে যিটো নেকি আন কাৰোৰে সৈতে নিমিলে।
  2. ে এইবাৰ আমি ৩ সংখ্যাটো লওঁ আহা। ২ৰ লগত ১ যোগ কৰিলে আমি সদায় ৩ পাম। বেলেগ সংখ্যা আমি কেতিয়াও নাপাও। সেইটো ৩ৰ এটা একক (unique) ধৰ্ম। পিছে, এইটো এটা তেনেই সাধাৰণ ধৰ্ম। এনে সাধাৰণ ধৰ্মবোৰৰ পৰিৱৰ্তে, প্ৰতিটো সংখ্যাৰ এক বা ততোধিক বিশেষ গুৰুত্বপূৰ্ণ একক ধৰ্ম থাকিব পাৰে। উদাহৰণস্বৰূপে, ৩ টো হ’ল আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যা। (২ টো হ’ল একমাত্ৰ যুগ্ম মৌলিক সংখ্যা; বাকী সকলো মৌলিক সংখ্যাই অযুগ্ম।)

hope it helps you ✌️✅✅✅

Similar questions