Math, asked by jundas276, 1 day ago

17
বা 2
ইত্যাদি
বােৰ অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা।
ৰা প্রয়ােজন সাপেক্ষে প্রতি উদাহৰণ দিবা।
(i) সকলাে পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হয়নে?
(ii) সকলাে স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা হয়নে?
(iii) সকলাে পৰিমেয় সংখ্যাই স্বাভাৱিক সংখ্যা হয়নে?
(iv) পূর্ণ সংখ্যাবােৰ জানাে পৰিমেয় সংখ্যা হ'ব?
তিমধ্যে পাই আহিছা যে দশমিক সংখ্যাবােৰক ভগ্নাংশত

Answers

Answered by Pricilla
0

Answer :》

(i) হয়

  • সকলাে পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হয় ।

(ii) হয়

  • সকলাে স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা হয় ।

(iii) নহয়

  • সকলাে পৰিমেয় সংখ্যাই স্বাভাৱিক সংখ্যা নহয় ।

(iv) হ'ব

  • পূর্ণ সংখ্যাবােৰ পৰিমেয় সংখ্যা হ'ব ।
Similar questions