Science, asked by kalyan2185, 11 months ago

| পানী জীৱৰ বাবে কিয় প্রয়ােজনীয় ?
192​

Answers

Answered by gogoilibya25
3

Answer:

Explanation:pani jibor babe proyujoniyo Karon panir bahire kunu jibo jontu jiyai thakibo nuare... I hope this helps

Answered by dimpisaikia406
3

Answer:

পানী নহ'লে কোনো জীৱ-জন্তু ,মানুহ জীয়াই থাকিব নোৱাৰে । পানী আমাক সকলোকে লাগে । পানী আমি বিভিন্ন কামত ব্যৱহাৰ কৰো।‌ পানী নহ'লে গছ গছনি একো জীয়াই নাথাকে। গছ গছনি নহ'লে অক্সিজেন আমি কৰে পৰা‌ পাম আৰু অক্সিজেন নহ'লে মানুহ , জীৱ-জন্তু,চৰাই চিৰিকটি ,পোক পৰুৱা‌ একো জীয়াই নাথাকে। সেইবাবে পানী জীৱৰ বাবে প্ৰয়োজনীয়।

Similar questions