Math, asked by pranamika35, 10 months ago


2, ৰাছেল এজন ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ, তেওঁক এখন পাতল এলুমিনিয়ামৰ পাতৰ সহায়ত দুইমূৰে দুটা
শংকুসহ এটা বেলুন আকৃতিৰ আহি প্ৰস্তুত কৰিবলৈ কোৱা হ'ল। আহৰ ব্যাস হ'ল 3 চে.মি. আৰু
দৈর্ঘ্য 12 চে.মি.। যদি প্রতিটো শংকুৰ দৈৰ্ঘা 2 চে.মি. হয়, তেন্তে ছেলে প্রস্তুত কৰা আহিত থকা
বায়ুৰ আয়তন নির্ণয় কৰা। (ধৰাহওঁক, আহিৰ ভিৰ আৰু বাহিৰৰ মাপ প্রায় একে)​

Answers

Answered by XxCharmingGuyxX
0

Answer:

আশা কৰো :

সমাধানটিয়ে আপোনাক সহায় কৰিব।

Attachments:
Similar questions