Math, asked by nilamaidevi79, 5 months ago

/ তলৰ কোনবােৰপদার্থ?
চকী ৰায়, প্রেম, গােন্ধ, মৃণা, বাদাম, চিন্তা,
ঠাণ্ড, ঠাণ্ডা পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস।
2. তলৰ পর্যবেক্ষণটোৰ কাৰণ দর্শোৱা ।
উত্তপ্ত' অৱস্থাত থকা বস্তুৰ গােন্ধ কেইবা মিটাৰ
দূৰৰ পৰা পােৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গােন্ধ
পাবলৈ ওচৰলৈ যাব লাগে।
3. এজন ডুবাৰুৱে সাতােৰাৰ সময়ত পুখুৰীৰ
পানী ফালি সােমাই যাব পাৰে। পদার্থ কি
ধর্মভিত্তিত এইটো সম্ভৱ ?
পদার্থৰ কণিকাৰােৰৰ বৈশিষ্ট্য বিলাক কি
কি ?​

Answers

Answered by jyotisaikia349
5

Answer:

১ পদাৰ্থ- চকী,বায়ু,বাদাম।

Similar questions