33. Translate into English.
১।ভাৰতবর্ষ এখন ধর্ম নিৰপেক্ষ দেশ।
২।মই মোৰ দেশক ভাল পাওঁ।
৩।সৎ নাগৰিকসকল দেশৰ সম্পদ।
৪।মহাত্মা গান্ধী অহিংসাৰ পূজাৰী আছিল।
৫ |আমি তেখেতক লৈ গৌৰৱ অনুভৱ কৰাে।
৬।মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল।
Answers
Answered by
6
Answer:
1. India is a secular country.
2. I like my country.
3. Honest citizens are the wealth of the country.
4. Mahatma Gandhi was a worshiper of non-violence.
5 | We are proud of him.
7. India gained independence under the leadership of Mahatma Gandhi.
Explanation:
hope it help u
Similar questions