Physics, asked by jyotishmoy10, 10 months ago

34. লেন্সৰ পাৱাৰ বুলিলে কি বুজা? From ncert class 10 science
Chapter 10 Light reflection and refraction ​

Answers

Answered by kukil53
1

Answer:

লেন্স এখনে সমান্তৰাল ৰশ্মি সমূহ যিমান পৰিমানে অপসাৰী বা অভিশাৰী কৰিব পাৰে তাকে লেন্স খনৰ পাৱাৰ বোলে ,

D=1/f

ইয়াৰ একক হৈছে ডায়েপ্তাৰ ।

Similar questions