Physics, asked by gahoriovrpwrd007, 1 month ago



35cm ভাজ ব্যাসার্ধৰ অৱতল দাপােণ এখনৰ পৰা 27cm দূৰত্বত 2.5cmউচ্চতাৰ মমবাতি
এডাল থিয়কৈ ৰখা হৈছে। দাপােণৰ পৰা কি দূৰত্বত পর্দা এখন থ’লে মমবাতিডালৰ এটা স্পষ্ট প্রতিবিম্ব
পােৱা যাব? গঠন হােৱা প্রতিবিম্বৰ প্ৰকৃতি আৰু আকাৰবৰ্ণনা কৰা। মমবাতিডালৰ দাপােণৰ ওচৰ চপাই
আনিলে পর্দাখন কোনফালে স্থানান্তৰ কৰিব লাগিব?

Answers

Answered by pramit20806
0

Question টা check কারো কিছু ভুল লিখেছো মানে একটা variable ভুল আছে। check করে re-upload করো করে দিবো।

Similar questions