Math, asked by IdioticID, 7 months ago

4. সৰল ৰেখাৰ ধাৰণাটোৰ সহায়ত দেখুওৱা যে (1,-1), (5,1) আৰু (11,3) বিন্দুকেইটা একেডাল ৰেখাত আছে।

Answers

Answered by Anonymous
41

\red{\bold{\underline{\underline{সমাধান}}}}

দিয়া আছে, বিন্দু কেইটা (1,-1), (5,1) আৰু (11,3)

, ' , (1,-1) আৰু (5,1) বিন্দু কেইটাৰ মাজেৰে যোৱা ৰেখাডালৰ সমীকৰণ:

y-(-1) = \frac{1-(-1)}{5-1}(x - 1)

➛ y + 1 = \frac{2}{4}(x - 1)

➛ y + 1 = \frac{1}{2}(x-1)

➛2y + 2 = x - 1

➛ x - 2y - 3 = 0............(i)

এতিয়া, (i) ত x= 11 আৰু y= 3 বহুৱাই পাওঁ,

11 - 2×3- 3 = 0

➛ 0 = 0

, ' , (11,3) য়ে (i)ক সিধ্য কৰে ।

, ' , (1,-1), (5,1) আৰু (11,3) বিন্দুকেইটা একেডাল ৰেখাত আছে ।

Answered by Anonymous
55

\green{\bold{\underline{\underline{Question❥}}}}

সৰল ৰেখাৰ ধাৰণাটোৰ সহায়ত দেখুওৱা যে (1,-1), (5,1) আৰু (11,4) বিন্দুকেইটা একেডাল ৰেখাত আছে।

\green{\bold{\underline{\underline{SoLution❥}}}}

দিয়া আছে, বিন্দু কেইটা (1,-1), (5,1) আৰু (11,3)

এতিয়া,

(1,-1) আৰু (5,1) বিন্দু কেইটাৰ মাজেৰে যোৱা ৰেখাডালৰ সমীকৰণ:

(y-y1) = \frac{y2-y1}{x2-x1} (x-x1)

→ y+1 = \frac{(1+1)}{5-1} (x-1)

→ y+1 = \frac{2}{4} (x-1)

→2y + 2 = x - 1[/tex]

❥→ x -2y -3 = 0____________(i)

এতিয়া,

x=11 আৰু y= 3, (i) ত বহুৱাই পাওঁ,

LHS

11 - 2.4- 3

= 0

= RHS

. ' . (11,4) য়ে সমীকৰণ (i) ক সিধ্য কৰে।

. ' . প্ৰদত্ত বিন্দু কেইটা

একেডাল সৰলৰেখাত

আছে]

\blue{\bold{\underline{\underline{}}}}

Similar questions
Math, 7 months ago