কোঠা এটাৰ এখন বেৰৰ জোখ 4.5 মিটাৰ x 3.6 মিটাৰ আৰু 2 মি. x 1 মি. জোখৰ
দুৱাৰৰ বাবে বেৰখনৰ কিছু ঠাই এৰি থােৱা আছে। ৰং লগাবৰ বাবে বেৰখনৰ কালিৰ
জোখ উলিওৱা।
Answers
Answered by
0
Answer:
প্ৰমিতি, (বা জোখ, মাপ, জোখমাপ, পৰিমাপ, মিতি আদি) হৈছে বস্তুৰ কোনো ধৰ্ম যেনে দৈৰ্ঘ্য, ওজন, উষ্ণতা আদিৰ তুলনামূলক পৰিমাণ কোনো এককৰ মানত - যেনে মিটাৰ, কিলোগ্ৰাম, চেলচিয়াচ আদি প্ৰকাশ কৰা পদ্ধতি বা কাৰ্য্য। এই বিষয়ৰ অধ্যয়নক ইংৰাজীত মেট্ৰ'লজী বোলে। প্ৰমিতি বুজোৱা ইংৰাজী ভাষাৰ measurement শব্দটো লেটিন ভাষাৰ mēnsūra -ৰ ক্ৰিয়াবাচক metri -ৰ পৰা মধ্যযুগীয় ফৰাচী ভাষাৰ measure শব্দ হৈ ইংৰাজী ভাষালৈ আহিছে.[1]।
Similar questions
Math,
2 months ago
Computer Science,
4 months ago
Political Science,
4 months ago
Hindi,
10 months ago
Science,
10 months ago