Physics, asked by XxCharmingGuyxX, 2 months ago

7. চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা।​

Answers

Answered by TRISHNADEVI
3

ANSWER :

 \\

চুম্বক এডালৰ চাৰিওফালে যি অঞ্চলত চুম্বকডালৰ বল অনুভূত হয়, তাক চৌম্বক ক্ষেত্র বোলা হয়। চৌম্বক ক্ষেত্রৰ মান আৰু দিশ থাকে।

চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি হ'ল :-

  • ✎ কোনো প্ৰবাহ চালিত পৰিবাহীৰ পৰা চৌম্বক ক্ষেত্ৰ পাব পাৰি। এইদৰে উৎপন্ন কৰা চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহীডালত প্ৰবাহৰ দিশ চৌম্বক ক্ষেত্ৰৰ লম্বদিশত হ'লে পৰিবাহীডালে অনুভৱ কৰা বল সৰ্ব্বোচ্চ হয়।

  • ✎ চ'লেনাইডৰ মাজেৰে প্ৰবাহ চালিত কৰি চৌম্বক ক্ষেত্ৰ পাব পাৰি। দীঘল অন্তৰিত তাঁৰ এডাল বৃত্তাকাৰ পাকত পকাই থাকিলে চুঙা আকৃতিৰ স্প্ৰিং সদৃশ যি কুণ্ডলীৰ সৃষ্টি হয়, তাকে চ'লেনাইড বুলি কোৱা হয়।
Answered by kritee88
3

Answer:

চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি হ'ল—

চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি হ'ল—1) প্ৰাকৃতিক চুম্বক এডালে তাৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে।

চৌম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি হ'ল—1) প্ৰাকৃতিক চুম্বক এডালে তাৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে।2) এডাল প্ৰবাহ চালিত পৰিবাহীয়ে তাৰ ওচৰত চৌম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে।

Explanation:

Hope this will help you. Plz mark me as brainliest.

Similar questions