Math, asked by XxCharmingGuyxX, 7 hours ago

8Ω ৰোধৰ তাঁৰ এডালৰ দীঘ 'x' আৰু প্ৰস্থচ্ছেদ 'y' ।আন এডাল x/2 দীঘৰ,2y প্রস্হচ্ছেদৰ একে পদাৰ্থৰে তৈয়াৰী তাৰৰ ৰোধ কিমান হব?

(⚔️⚔️⚔️Only for Assamese people don't spam if you don't understand. ⚔️⚔️⚔️)​

Answers

Answered by TRISHNADEVI
28

ANSWER :

 \\

  • ❖ 8 Ω ৰোধৰ তাঁৰ এডালৰ দীঘ 'x' আৰু প্ৰস্থচ্ছেদ 'y' হ'লে, আন এডাল x/2 দীঘ আৰু 2y প্রস্হচ্ছেদৰ একে পদাৰ্থৰে তৈয়াৰী তাঁৰৰ ৰোধ হ'ব 2 Ω.

___________________________________________________________

SOLUTION :

 \\  \\

দিয়া আছে,

  • 8Ω ৰোধৰ তাঁৰ এডালৰ দীঘ 'x' আৰু প্ৰস্থচ্ছেদ 'y'

নিৰ্ণয় কৰিব লাগে,

  • x/2 দীঘ আৰু 2y প্রস্হচ্ছেদৰ একে পদাৰ্থৰে তৈয়াৰী তাঁৰৰ ৰোধ = ?

প্ৰথম তাঁৰডালৰ ক্ষেত্ৰত,

ধৰা হ'ল,

  • R₁ = ৰোধ

  • L₁ = তাঁৰৰ দৈৰ্ঘ্য

  • A₁ = তাঁৰৰ প্ৰস্থচ্ছেদ

দ্বিতীয় তাঁৰডালৰ ক্ষেত্ৰত,

ধৰা হ'ল,

  • R₂ = ৰোধ

  • L₂ = তাঁৰৰ দৈৰ্ঘ্য

  • A₂ = তাঁৰৰ প্ৰস্থচ্ছেদ

গতিকে,

দিয়া আছে,

  • R₁ = 8 Ω

  • L₁ = x

  • A₁ = y

  • L₂ = \sf{\dfrac{x}{2}}

  • A₂ = 2y

নিৰ্ণয় কৰিব লাগে,

  • R₂ = ?

____________________________________________

আমি জানো যে,

  • L দৈৰ্ঘ্যৰ কোনো এডাল পৰিবাহীৰ প্ৰস্থচ্ছেদ A হ'লে, পৰিবাহীডালৰ ৰোধ R হ'ব :-

\dag \:  \:  \underline{ \boxed{ \sf{ \: R =  \rho \:  \dfrac{L}{ A}}}} ; য'ত ρ হৈছে আপেক্ষিক ৰোধ বা ৰোধাংক

____________________________________________

উক্ত সূত্ৰ ব্যৱহাৰ কৰি পাওঁ,

প্ৰথম তাঁৰডালৰ ক্ষেত্ৰত,

  • \sf{ \: R_1 =  \rho \:  \dfrac{L_1}{ A_1}}

\sf{\implies \: 8 = \rho \: \dfrac{x}{y}} ----------> (1)

এতিয়া,

দ্বিতীয় তাঁৰডালৰ ক্ষেত্ৰত,

  • \sf{ \: R_2 =  \rho \:  \dfrac{L_2}{ A_2}}

\sf{\implies \: R_2 =   \rho \: \dfrac{ \:   \: \dfrac{x}{2} \:  \:  }{2y}}

\sf{\implies \: R_2 =   \rho \:  \dfrac{x}{2} \times  \dfrac{1}{2y}}

\sf{\implies \: R_2 =   \rho \:  \dfrac{x}{4y}}

\sf{\implies \: R_2 =   \rho \:  \dfrac{x}{y} \times \dfrac{1}{4}} ----------> (2)

Eq. (1) -ৰ পৰা \sf{\rho \: \dfrac{x}{y}} -ৰ মান Eq. (2) -ত বহুৱাই পাওঁ,

  • \bigstar \: \: \sf{R_2 =   \rho \:  \dfrac{x}{y} \times \dfrac{1}{4}}

\sf{\implies \: R_2 = 8 \times \dfrac{1}{4}}

\sf{\therefore \: R_2 = 2}

  • ✪ দ্বিতীয় তাঁৰডালৰ ৰোধ, R₂ = 2 Ω
Similar questions