Social Sciences, asked by mardisimon96, 9 months ago

(a) ১৪৯৭ চনত (b) ১৪৯৯ চনত (c) ১৪৯৮ চনত (d) ১৫০০ চনত।
১. শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ-
ক) ভাস্ক ডা-গামাই ভাৰতলৈ প্রথম আহিছিল ?
২, আধুনিক ভাৰতৰ জন্মদাতা কোন আছিল ?
(a) শঙ্কৰদেৱ (b) দয়ানন্দ স্বৰস্বতী (c) ৰামমােহন ৰায় (d) স্বামী বিবেকানন্দ
৩. পৃথিৱী পৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ তৰংগ প্রতিফলিত হােৱা স্তৰটো হল
(a) থার্মোম্ফিয়েৰ (b) মেছজ্বিয়েৰ (c) এক্সস্ফিয়েৰ (d) স্ট্রেটফিয়েৰ
৪. বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে ?
(a) ২০.৯৪% (b) ২৯.১% (c) ৩২.৪%
(d) ৭৮.০৮%
৫, অর্থবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়?
(a) মাছেলক (b) এডাম স্মিথ (c) ৰবিন্স (d) ণড়ােত
Part-1​

Answers

Answered by bibakdas310
0

Answer:

d

Explanation:

আধুনিক ভাৰতৰ জন্মদাতা কোন আছিল

Similar questions