World Languages, asked by lahonkalyan123, 2 months ago

Aɴsᴡᴇ᭄ʀ⋆࿐





ভাবি চাই ।
(ক) নৰক কোন ? নৰকে কিয় মেখেলা উজুৱা পথ নির্মাণ কৰিবলগীয়া হৈছিল ?
(খ) ৰাৱণৰ লংকা কেনেকৈ ধ্বংস হৈছিল ?
(গ) দীপাৱলী বা দেৱালীৰ দিনা তােমালােকে কি কি কৰা ?


Language-Assamese
Help me with the question.





Answers

Answered by ashish1232745w
3

Answer:

শৰৎ কালত পালন কৰা হিন্দু ধৰ্মৰ আটাইতকৈ জাকজমতাৰ উৎসৱেই হৈছে দীপাৱলী বা দীপান্বিতা ৷ কাতি মাহৰ অমাৱস্যা তিথিৰ দিনা “দীপাৱলী” পালন কৰা হয় ৷

এই উৎসৱক পোহৰৰ উৎসৱ বুলিও কোৱা হয় ৷ সেয়ে, অন্ধকাৰক নাশিবলৈ, শাৰী শাৰী বন্তি প্ৰজ্বলনেৰে চৌদিশে পোহৰাই তোলা হয় দীপাৱলীৰ নিশা ৷যুগ-যুগান্তৰপৰাই দীপাৱলী পালন কৰি অহা হৈছে যদিও এই দীপাৱলী পালনৰ অন্তৰালত কেইবাটাও পৌৰাণিক আখ্যান জড়িত হৈ আছে ৷

ৰামায়ণৰ মতে, ত্ৰেতা যুগত ভগৱান ৰামচন্দ্ৰই পিতৃ আজ্ঞা পালি চৈধ্য বছৰ বনবাসৰ অৱসান ঘটাই পত্নী সীতা আৰু ভাতৃ লক্ষ্মণ সহিতে অয্যোধ্যালৈ উভতি অহাৰ দিনা ৰাজ্যৰ প্ৰজাগণে আনন্দতে চাকি-বন্তি জ্বলাই চৌদিশে পোহৰেৰে আলোকিত কৰি তেওঁলোকক আদৰণি জনাই আনন্দ-উৎসৱ কৰিছিল ৷ তেতিয়াৰপৰাই এই দীপাৱলী পালন কৰি অহা হৈছে বিশ্বাস কৰা হয় ৷

Explanation:

தயவுசெய்து என்னை மூளையாக குறிக்கவும்

Similar questions