উচ্চতৰ মাধ্যমিক
এ.বি.ডি.ৰ
ৰাজনীতি বিজ্ঞান
(সমসাময়িক বিশ্ব ৰাজনীতি আৰু স্বাধীনােত্তৰ ভাৰতৰ ৰাজনীতি)
(AHSEC/NCERT পাঠ্যক্ৰমৰ আধাৰত)
(দ্বিতীয় বার্ষিকৰ বাবে)
Answers
Answered by
0
Answer:
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (ইংৰাজী: Assam Higher Secondary Education Council) (AHSEC) হৈছে অসম চৰকাৰৰ অধীনৰ এক শিক্ষা পৰিষদ। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক (১০+২) পৰ্যায়ৰ শিক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰে আৰু উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
Logo of Assam Higher Secondary Education Council
ল'গ'
চমু নাম
AHSEC
প্ৰতিষ্ঠা
জুন ১, ১৯৮৪ (৩৬ বছৰ পূৰ্বে)[1]
ধৰণ
ৰাজ্যিক শিক্ষা পৰিষদ
প্ৰধান কাৰ্যালয়
গুৱাহাটী, ভাৰত
অঞ্চল
বামুণীমৈদাম, গুৱাহাটী, অসম, ভাৰত
আনুষ্ঠানিক ভাষা
অসমীয়া আৰু ইংৰাজী
অধ্যক্ষ
এন এম হুছেইন[2]
মাতৃ সন্থা
শিক্ষা মন্ত্ৰালয়, অসম চৰকাৰ
ৱেবছাইট
www.ahsec.nic.in
Step-by-step explanation:
please mark as brain list
Similar questions