India Languages, asked by antidas1978, 2 months ago

সমার্থবােধক শব্দ লিখা
(ক) কানন-
(খ) নয়ন-
(গ) বিয়লি -
(ঙ) তাচ্ছিল্য-
(ঘ) বিদ্রুপ-
(চ) কিতাপ-​

and don't send unnecessary things ​

Answers

Answered by TRISHNADEVI
3

ANSWER :

 \\

  • ক) কানন

সমাৰ্থবােধক শব্দ :- হাবি, অৰণ্য, উপবন

  • (খ) নয়ন

সমাৰ্থবােধক শব্দ :- চকু, নেত্ৰ, চক্ষু

  • (গ) বিয়লি

সমাৰ্থবােধক শব্দ :- আবেলি, অপৰাহ্ন, বিকাল

  • (ঘ) তাচ্ছিল্য

সমাৰ্থবােধক শব্দ :- অৱজ্ঞা, অৱহেলা, অসন্মান

  • (ঙ) বিদ্রুপ

সমাৰ্থবােধক শব্দ :- ইতিকিং, উপহাস, পৰিহাস

  • (চ) কিতাপ

সমাৰ্থবােধক শব্দ :- পুথি, গ্ৰন্থ, পুস্তক

___________________________________________________________

KNOW MORE :

 \\

সমার্থবােধক শব্দ :-

  • ✎ সমাৰ্থবােধক শব্দক প্ৰতিশব্দ বা সমাৰ্থক শব্দ বুলিও কোৱা হয় ।

  • ✎ সমাৰ্থবােধক শব্দ হ'ল সেইবোৰ শব্দ, যাৰ অৰ্থ আৰু মূল শব্দৰ অৰ্থ একেই ।

  • ✎ কোনো লিখনিত একেটা শব্দই বাক্যবোৰত বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলে শুনিবলৈ আমনিদায়ক হয় । এনে আমনি আঁতৰাবলৈ একে অৰ্থ বিশিষ্ট বেলেগ বেলেগ শব্দ অৰ্থাৎ সমাৰ্থবােধক শব্দ ব্যৱহাৰ কৰা হয় ।
Similar questions