(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক-১)।
১/ চৈয়দ আব্দুল মালিকৰ প্রথম প্রকাশিত চুটিগল্পৰ পুথিখনৰ anser
২/ কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য।
১১৫
বিয়াৰ প্রেজেন্ট
আৰ্হি প্রশ্ন
নাম কি?
অকাদেমি বঁটা লাভ কৰিছিল ?
৩। চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্রমণকাহিনীৰ নাম
লিখা।
৪। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল
মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি?
৫। বিয়াৰ প্রেজেন্ট’ গল্পটোত থকা অসুখ হােৱা ছােৱালীজনীৰ
নাম কি ?
(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক-২ অথবা ৩)
১। “তেৱেই আগ বাঢ়ি আহিল আৰু মােৰ মুখলৈ চাই সুধিলে—
‘আমাৰ তাৰে নােহােৱানে’?” —কোনে, কাক কথাষাৰ
সুধিছিল ?
২। নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল ?
৩। নাজিয়াই কিয় হস্পিতাললৈ যাবলগীয়া হ'ল ?
৪। কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ পাৰেচন কৰাবলৈ
ক'ৰপৰা পইচা পালে ?
৫। “আমাৰ দুজন একেলগে বিয়ালৈ যােৱাটো উচিত নহৰ
আমাৰ দুজন’ বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে?
Answers
Answer:
thx for free point dear
চৈয়দ আব্দুল মালিকৰ ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত জন্ম হয়। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁক গল্পসম্ৰাট বুলিও কোৱা হয়। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে `বেদুইন'। তেওঁৰ কবিতাসমূহক বাদ দি অসমীয়া আধুনিক কবিতা সম্পুৰ্ণ নহয়। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থৱহ ব্যৱহাৰ দেখা যায়। মালিকে ৰচনা কৰা কেইবাখনো উপন্যাস বহুসমাদত। তাৰ ভিতৰত `সুৰুজমূখীৰ স্বপ্ন', `ৰূপতীৰ্থৰ যাত্ৰী', `ধন্য নৰতনু ভাল', আদি উল্লেখনীয়। 'অঘৰী আত্মাৰ ' নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্ৰন্থ হল - `পৰশমণি', `আধাৰশিলা', `মৰহা ফুল', `স্বাক্ষৰ', `ছবিঘৰ', `ৰঙাগড়া', `ৰজনীগন্ধাৰ চকুলো' ইত্যাদি। তেওঁৰ গল্প-উপন্যাসৰ পৰা `জেতুকা পাতৰ দৰে', `মমতাজ' আদি চলচ্চিত্ৰ নিৰ্মান হৈছে। তেওঁ ১৯৭৭ চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসনো অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ ২০০০ চনত দেহান্তৰ ঘটে।
ইয়াৰ পৰা উত্তৰবোৰ কৰিবলৈ চেষ্টা কৰিবা
mark this answer as Brainlist