Social Sciences, asked by gurungarjoon579, 5 days ago

২০। উপকুল কাক বােলে ? answer bataiye

Answers

Answered by Anonymous
2

Answer:

২০ । উপকূল কাক বােলে ? উত্তৰ : পৃথিৱীৰ উপৰিভাগৰ এক বৃহৎ অংশ সাগৰ - মহাসাগৰে আগুৰি আছে। সাগৰ - মহাসাগৰৰ পাৰ বা তীৰক উপকূল বোলা হয়।

Similar questions