India Languages, asked by kabyashreeborgohain9, 8 months ago

ASSAMESE
বাক্য‌ সাজা
ক) পৰলোক :
খ) জন্ম :
গ) শ্ৰদ্ধা :
ঘ) সাধনা :
ঙ) উপাসনা :

Answers

Answered by nandini8453
8

Answer:

ক) পৰলোক : মৃত্যুৰ পাছত মানুহে পৰলোকত গমন কৰে।

খ) জন্ম : ৰামৰ জন্ম - দিন খাবলৈ ৰানিয়ে তাৰ বাবে এটা উপহাৰ কিনিছে।

গ) শ্ৰদ্ধা : গুৰুজনক সদায় শ্ৰদ্ধা কৰিব লাগে।

ঘ) সাধনা : মন্দিৰত পূজাৰী সকল অকলে বহি ভগৱানৰ সাধনা কৰে।

ঙ) উপাসনা : মন দি ভগৱানৰ উপাসনা কৰিলে মানুহৰ সকলো ঈচ্ছা পূৰন হয়।

Similar questions