World Languages, asked by arjusaikia909, 1 month ago

assamese grammar question সমাস কাক বোলে​

Answers

Answered by harshit19830
0

Answer:

সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা? উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে।

Similar questions