Math, asked by umiko28, 10 months ago

অযৌন প্ৰজনন বুলিলে কি বুজা।

Assamese language

pls don't give spam answer​

Answers

Answered by Anonymous
7

QuEsTiOn➡

অযৌন প্ৰজনন বুলিলে কি বুজা?

AnSwER➡

যদি প্ৰজনন সতি সন্তান মাত্ৰ এটা পিতৃপুৰুষৰ

পৰা উৎপন্ন হয় অথবা জননকোষ আবিহনে সম্পন্ন হয় তাক অযৌন প্ৰজনন বোলে

Answered by nisha382
1

Answer:

প্ৰশ্ন-অযৌন প্ৰজনন বুলিলে কি বুজা?

উ-যি প্ৰজনন প্ৰক্ৰিয়াত পিত্ৰিজনুৰ এটা জীৱই জড়িত হৈ থাকে আৰু জনন কোষৰ মিলন নঘটে আৰু পিত্ৰি পুৰুষৰ জীৱৰ দৈহিক কোষৰ পৰা নতুন জীৱৰ সৃষ্টি হয়,তেনে প্ৰজননক অযৌন প্ৰজনন বোলে।

Step-by-step explanation:

MARK AS BRAINLIEST

Similar questions