By Arun Koushik
No Spam ❌❌
অসমীয়া ভাষাৰ অল্পপ্রাণ বর্ণ তিৱা ভাৰত মহাপ্রাণ হৈ ব্যৱহাৰ হোৱা
শব্দৰ উদাহৰণ-
অসমীয়া Word
ক>খ কমাৰ
কপাল
কঠাল
প>ফ পঢ়া
প্রাণ
পাপ
পুহমাই
ব> ফ বেজি
Answers
Answered by
1
Answer:
Explanation:
অসমীয়া বৰ্ণমালা অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয়। পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপিৰ পৰা কুটিল বা সিদ্ধমাতৃকা লিপি হৈ[3][4] নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা[5][6] বুলি মত পোষণ কৰে। ১৭ শতিকামানত অসমীয়া লিপিৰ তিনিটা শৈলী গঢ় লৈ উঠে (কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি)[7][4] যি ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ পায়। একে উৎসৰ পৰাই উদ্ভৱ হোৱা সামান্য পৰিৱৰ্তিত ৰূপৰ লিপি বঙালী ভাষা আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা লিখিবলৈও ব্যৱহাৰ কৰা হয়। আধুনিক অসমীয়া লিপি বঙালী লিপিতকৈ তিনিটা আখৰত পৃথক (ৰ, ৱ আৰু ক্ষ)।[1]
Answered by
29
কপাল = অল্পপ্রাণ
প্রাণ
পাপ = অল্পপ্রাণ
HOPE IT HELPS
Similar questions