Social Sciences, asked by dsg74541, 5 months ago

অৱতল দাপোনৰ Cত থকা লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ ৰশ্মিচিত্ৰ অংকন কৰা​

Answers

Answered by priyanshipareek45
0

Answer:

একাপ চাহ । চাহ আমাৰ সকলোৰে প্ৰিয় । দিনটোৰ আৰম্ভনিতে একাপ চাহৰ মাদকতাই সুকীয়া । দিনটোৰ ভাগৰ বোৰ আতৰাই সন্ধিয়াৰ একাপ চাহে আনে এক সজীৱতা । কিন্ত আজি এনে একাপ চাহৰ কথা কৈছো যি কাপ চাহৰ বাবে সৈতে প্ৰয়োজন নহয় কোনো বিস্কুট অথবা স্নেকছৰ ।

চাহ কাপৰ আছে এক বিশেষত্ব । কাপৰ সৈতে আপোনাক বিস্কুট অথবা স্নেকছৰ প্ৰয়োজন নহয় কিয়নো চাহ কাপৰ সৈতে আপুনিও খাব পাৰিব সেই বিশেষ চাহ কাপ । চাহ কাপৰ নাম হৈছে ‘বিস্কুট টি’ । দেশত নতুনকৈ এই চাহ কাম মুকলি হোৱাৰ লগতে উত্তৰ পূৱত প্ৰথম বাৰৰ বাবে এই বিশেষ চাহ কাপ গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে ।

Explanation:

mark as brainliest and like the answer

Similar questions