১।
মাধ্যমিক শিক্ষা আয়ােগ কিমান চনত প্রস্তুত কৰা হয় ?
২
)
CABE ৰ সম্পূৰ্ণ ৰূপ কি?
মাধ্যমিক শিক্ষা আয়ােগৰ সভাপতি কোন আছিল ?
মাধ্যমিক শিক্ষা আয়ােগক আন কি নামেৰে জনা যায় ?
মাধ্যমিক শিক্ষা আয়ােগৰ মুঠ সদস্য সংখ্যা কিমান ?
৪
Answers
Answered by
1
Answer:I don't know.
Step-by-step explanation: Don't
Answered by
2
১। মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিল ১৯৫২-৫৩ চনত ।
২।
সংবিধানৰ মূল তাত্ত্বিক দিশৰ সৈতে সমম্বন্ধ ৰাখি চাৰিটা উদ্দেশ্য সম্বন্ধে উল্লেখ কৰিছে। সেই কেইটা বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ'ল-
- গণতান্ত্ৰিক নাগৰিকত্বৰ ধাৰণাঃ মুডালিয়াৰ আয়োগে উল্লেখ কৰিছে যে মাধ্যমিক শিক্ষা শিক্ষা যিহেতু সৰহভাগ নাগৰিকৰে শেষ হ'ব, সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে গণতান্ত্ৰিক ভাৰতবৰ্ষৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব।
- বৃত্তিমূলক দক্ষতাৰ বাবে শিক্ষাঃ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কায়িক শ্ৰমৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ জগাই তোলা, কৰ্ম তৎপৰতা বৃদ্ধি কৰা, শিল্প উদ্যোগৰ বাবে প্ৰয়োজনীয় কৌশল আয়ত্তকৰণৰ ব্যৱস্থা সুচল কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বৃত্তিমূলক পাৰদৰ্শিতা কৰিব লাগিব।
- ব্যক্তিত্বৰ বিকাশঃ মাধ্যমিক শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে ব্যক্তিত্ব বিকাশ সাধন কৰা। ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কৰিবলৈ হ'লে ব্যক্তিৰ শাৰীৰিক, মানসিক, আনুভূতিক, সামাজিক আৰু ব্যৱহাৰিক জ্ঞানৰ চাহিদা পূৰণ কৰিব লাগিব।
- নেতৃত্বৰ শিক্ষাঃ গণতন্ত্ৰৰ সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্ৰয়োজনীয়। সাহিত্য, কলা, বাণিজ্য, কাৰিকৰী, উদ্যোগ সকলোতে উচ্চ নেতৃত্বৰ যোগান ধৰাটো বিশ্ববিদ্যালয়ৰ কাম।
মাধ্যমিক শিক্ষা আয়োগ ১৯৫২-৫৩ চনত সভাপতি আছিল ডঃ লক্ষ্মণ স্বামী মুডালিয়াৰ।
মাধ্যমিক শিক্ষা আয়োগক 'মুডালিয়াৰ - আয়োগ´ হিচাপেও জনা যায় কিয়নো ১৯৫২ চনৰ ২৩ ছেপ্টেম্বৰত ডঃ লক্ষ্মণস্বামী মুডালিয়াৰৰ নেতৃত্বত এখন মাধ্যমিক শিক্ষা আয়োগ (১৯৫২-১৯৫৩)গঠন কৰিলে। সেয়েহে তেখেতৰ নামানুসৰি আয়োগখন মুডালিয়াৰ আয়োগ হিচাপেও জনাজাত।
#SPJ3
Similar questions
English,
3 months ago
English,
7 months ago
Math,
1 year ago
Social Sciences,
1 year ago
Social Sciences,
1 year ago