| পার্থক্য লিখা ?
(ক) সম্পদ আৰু সম্পত্তি class 10 geography question answer
Answers
Answered by
5
Answer:
সম্পদ আৰু সম্পত্তিৰ মাজত থকা পাৰ্থক্য হ'ল–
1) যিবোৰ বস্তুৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলে ।
আনহাতে , মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুকে সম্পদ বোলে।
2) সকলোবোৰ সম্পত্তিয়েই সম্পদ।
আনহাতে, সকলোবোৰ সম্পদে সম্পত্তি নহয়।
Similar questions