India Languages, asked by reepitadevi, 1 month ago

cow essay in assamese lang...​

Answers

Answered by Dhruvkawre
2

Answer:

পৰিচয়ঃ গৰু এবিধ চাৰি ঠেঙীয়া ঘৰচীয়া জন্তু। ই দীঘে 2/3 হাত মান হয়, প্ৰায়বোৰ দেশতেই কম বেছি পৰিমাণে গৰু পোৱা যায়। আমাৰ দেশৰ গৰুবোৰ বেছি ডাঙৰ দীঘল নহয়, পশ্চিমীয়া দেশৰ গৰুবোৰ ডাঙৰ আৰু দীঘল হয়। গৰুৰ গাটো চুটি নোমেৰে ঢকা। গৰুক সাধাৰণতে দুই ভাগত ভগোৱা হয়। মতা আৰু মাইকী ভেদে গৰু দুই প্ৰকাৰ। মতা গৰুৱে হাল বায় আৰু গাড়ী টানেষ মাইকী গৰুৱে গাখীৰ আৰু পোৱালি দিয়ে। মতা গৰুই সৰুতে দমৰা আৰু ডাঙৰ হলে ষাড়, বলদ বা হালোৱা নাম পায়। মাইকী গৰুৱা সৰুতে চেউৰী বা কাঢ়লী আৰু পোৱালি দিয়াৰ পিছত গাই নাম পায়

Similar questions