কঁকাল পৰ (দুৰ্বল হ)
মানে কি আৰু ইয়াৰ অৰ্থ কি?
don't spam
please if you don't know don't answer
Answers
Answered by
1
ANSWER :
- 'কঁকাল পৰ' হৈছে এটি অসমীয়া জতুৱা-ঠাঁচ ।
- 'কঁকাল পৰ' জতুৱা-ঠাঁচৰ অৰ্থ হৈছে দুৰ্বল হ ।
⊚ বাক্য :- বয়স বাঢ়ি অহা বাবে ৰমেনৰ দেউতাকৰ কঁকাল পৰিছে ।
___________________________________________________________
ADDITIONAL INFORMATION :
❒ জতুৱা-ঠাঁচ :-
- ✎ জতুৱা-ঠাঁচ হৈছে একোটা ভাষাৰ স্বকীয় প্ৰকাশভংগী য'ত দুই বা ততোধিক শব্দ সংযোজন কৰি নতুন অৰ্থ প্ৰকাশ কৰা হয় ।
- ✎ জতুৱা-ঠাঁচত ভাষাটোৰ মূল চালিকা শক্তি লুকাই থাকে ।
- ✎ কোনো শব্দৰ ধাতুগত আৰু প্ৰত্যয়গত আদিৰ লগত শব্দবিশেষৰ সংযোগৰ দ্বাৰা জতুৱা-ঠাঁচ গঠন কৰা হয় ।
- ✎ জতুৱা-ঠাঁচৰ অৰ্থ ইয়াত সংযোজিত মূল শব্দৰ স্বকীয় অৰ্থতকৈ ভিন্ন হয় ।
- ✎ জতুৱা-ঠাঁচৰ ব্যৱহাৰৰ ফলত কোনো এটা ভাষা ৰসপূৰ্ণ আৰু হৃদয়গ্ৰাহী হৈ উঠে ।
- ✎ জতুৱা-ঠাঁচৰ ইংৰাজী প্ৰতিশব্দ Idiom ।
❒ জতুৱা-ঠাঁচৰ উদাহৰণ :-
- আকাশত চাং পতা
- আঠু লোৱা
- কাণ পতা
- কলম ধৰা
- কপাল ফুলা
- গাই বাই চা
- ঘৰ পতা
- চকু কপালত উঠা
- হাত দীঘল
- পানীত হাঁহ নচৰা
Similar questions