Art, asked by rafiquetaufika, 7 months ago

জীৱনৰ গতি explain the each line of the poem

Answers

Answered by princegupta99270
0

Answer:

I give Answer In punjabi

ছাইৰাছে এষাৰ কথা কৈছিল, ‘দেহৰ যন্ত্রণাতকৈ মনৰ যন্ত্রণা বেছি গভীৰ৷’ আজি কিছুদিনৰ পৰা মনৰ যন্ত্রণাত ভুগি আছোঁ৷ ক’তোৱেই শান্তি নাপাওঁ৷ ঘৰৰ চোতাল অথবা সীমাৰ বেৰত পৰি ভৰ দুপৰীয়া মাতি থকা কপৌহালৰ মাতে পৰিৱেশ গহীন কৰি মনৰ যন্ত্রণা আৰু অধিক গভীৰ কৰি তোলে৷ ‘মানুহৰ প্রত্যেকটো কথাৰেই সীমা আছে, কোনো সীমা নাই– কেৱল মানুহৰ যন্ত্রণাৰ৷’ পিয়েৰ মাৰিডোই কোৱাৰ দৰেই যন্ত্রণাই মানুহৰ জীৱনক সদায়ে আৱৰি থাকে৷ তথাপি যন্ত্রণাৰ পৃথিৱীত জীয়াই থাকি আমি জীৱন গঢ়াৰ কছৰৎ কৰোঁ৷

Similar questions