. Find the ratio in which the line segment joining the points
(-3, 10) and (6, –8) is divided by (-1, 6)
3
(-1, 6) বিন্দুটোৱে (3, 10) আৰু (6, –8)বিন্দু সংযােগী ৰেখাক কি
অনুপাতত ভাগ কৰিব ?
or/ অথবা
Find the point on the x-axis which is equidistant from (2,-5)
and (-2, 9)
3
(2,-5) আৰু (-2, 9) বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থক
বিন্দুটো নির্ণয় কৰা।
Contd. .
Answers
Answered by
0
Answer:
দ্বিতীয়টো কৰিছোঁ।
সমাধান -
দিয়া আছে, বিন্দু দুটা = A(2,-5) আৰু B(-2,9)
ধৰা হল, x অক্ষৰ ওপৰত থকা বিন্দুটো =C(x,0)
এতিয়া,প্ৰশ্নমতে,
AC ৰ দূৰত্ব= BC ৰ দূৰত্ব
✓(x-(-5)^2+(0-2)^2=√(x-9)^2+(0-(-2)^2
= (x+5)^2+2^2=(x-9)^2+2^2
ইয়াৰ পৰা পাওঁ যে,
10x+18x= 81-25
28x=56
x=2
গতিকে নিৰ্নেয় বিন্দুটো= (2,0)
Similar questions