India Languages, asked by mamonidevi, 4 months ago

বহুৱা মানে কি for assamese​

Answers

Answered by Anonymous
3

❥ᴀɴsωᴇʀ ↴

●❀★আগতে, মানে সৰু থাকোতে চাৰ্কাচ বুলি ক’লে এটা দৃশ্য প্ৰায়েই মনলৈ আহিছিল। সেয়া হ’ল দিনৰ সময়ত মাইক লৈ ‘এনাউন্স’ আৰু আমি সব পোৱালি এনাউন্স কৰা গাড়ীখনৰ পাছে পাছে দৌৰ দিওঁ। ইয়াৰ লগে লগে জীৱ-জন্তুৰ কচৰত, তাৰ পাছত মানুহৰ কচৰত……কিন্তু তাৰ মাজে মাজে হঁহুৱাই পেটৰ নাড়ী ডাল-ডাল কৰিবলৈ ওলাব বহুৱা, আমি তেতিয়া কৈছিলো “জকৰ”।

সেয়া আছিল এক বেলেগ প্ৰতীক্ষা! জকৰ ওলাব, প্ৰাণভৰি হাঁহিম। আজিকালি চাৰ্কাচ লাহে লাহে কমি আহিল। বন্যপ্ৰেমী সংগঠনৰ কঠোৰ স্থিতিৰ বাবে চাৰ্কাচত জীৱ-জন্তুৰ সংখ্যা ক্ৰমাৎ নাইকিয়া হৈ পৰিল। অৱশ্যে সেইয়া নিশ্চয়কৈ ভাল কথা। কিবা এটাৰপৰা যেন ইতৰ শ্ৰেণীটোৱে মুক্তি পালে! সমান্তৰালভাৱে আজিকালি চাৰ্কাচ চোৱা মানুহৰ সংখ্যাও হ্ৰাস পালে।

Similar questions