India Languages, asked by dekaghoshbabita, 16 hours ago

তলত দিয়া শব্দ প্ৰয়োগ কৰি প্ৰতেইকৰ তিনিটা কৈ শব্দ লিখা--- উপ, প্ৰতি, পৰা, অৱ
For example -
অনু - অনুমান , অনুবাদ,অনুতাপ

Please answer fast​

Answers

Answered by 17usb10016
0

Answer:

অনুশীলনী:

১) তোমালোকে তলত দিয়া প্রাক-প্রাথমিক শ্রেনীৰ পদ্যটোৰ লগত বোধ হয় পৰিচিত।

i) Baa-Baa black sheep, have you any wool.

ii) Mary had a little lamb, whose fleece was white as snow.

তলত দিয়া সমূহৰ উত্তৰ দিয়া।

ক) Black sheep ৰ কোনটো অংশত ঊন আছে?

উত্তৰঃ Black sheep ৰ ছালখনত ঊন আছে।

খ) ভেড়াৰ পোৱালিৰ বগা নোমবোৰে কি বুজায়?

উত্তৰঃ ভেড়াৰ পোৱালিৰ নোমবোৰক  ঊন  বুজায়।

(২) পাটপলু মানে এটা (ক) কেটাৰপিলাৰ (খ) লাৰভা । এতিয়া তলৰ কোনটো শুদ্ধ?

i) ক

ii) খ

iii) ক আৰু খ দুয়োটা

Explanation:

Similar questions