Math, asked by rahuldeyooo8, 1 year ago

Forwarded
a. এজন মানুহে খােজকাঢ়ি কোনাে এক
নির্দিষ্ট স্থানৰ পৰা 10 মিটাৰ পুৱফালে গল।
আকৌ উত্তৰ ফালে 24 মিটাৰ গল।।
মানুহজনে খােজকঢ়া আৰম্ভণি কৰা ঠাইৰ
পৰা কিমান দুৰত্বত আছে।
A. 14 মিটাৰ
B. 16 মিটাৰ
c. 26 মিটাৰ​

Answers

Answered by BedantaSharma
1

Answer:

২৬ মিটাৰ

Step-by-step explanation:

মানুহ জনে নিজৰ পূৰ্বৰ অবস্থানৰ পৰা 10 মিটাৰ পুবে গ'ল আৰু তাৰ পৰা 90` কোণ কৰি 24 মিটাৰ উত্তৰে গ'ল। এতেকে যদি আমি কোণ টো অংকন কৰি চাও তেন্তে ইয়াৰ অতিভুজ ডাল 26মিটাৰ হ'ব।

অনুগ্ৰহ কৰি মূল্যাংকন কৰিব

Similar questions