ग्रामीण जीवन पर आधारित विविध भाषाओं के लोकगीत सुनिए
और सुनाइए।
Answers
Answered by
0
Answer:
আমাৰে মইনা শুব এ, বাৰীতে বগৰী ৰুব এ
বাৰীৰে বগৰী পকি সৰি যাব, মইনাই বুটলি খাব”।।
“শিয়ালী এ নাহিবি ৰাতি, তোৰে কান কাতি লগামে বাতি
শিয়ালী মূৰতে মৰুৱা ফুল, শিয়ালী পালেগৈ ৰতনপুৰ”।।
হাতী হেৰালো লিহিৰি বনতে
অ’ ঘোঁৰাও হেৰালো বনে
কুঁহিয়াৰ পেৰুতে ঘৈণী হেৰালো
কোনে বাঁহি-বন কৰে”।
এইদৰে বৰশী বাওঁতে গোৱা গীত:-
“ চেঙেলী কাই লৰি আহ লৰি আহ
মোৰ বৰশীত ধৰহি আহ ধৰহি আহ
ধৰ বেটা ধৰ একে খোটে তল কৰ
Similar questions