Science, asked by bznznzbb257, 4 months ago

here... for Assammese people


CLASS-10
subject_ science

don't spam ❌

if you don't know the language then don't answer.​

Attachments:

Answers

Answered by XxCharmingGuyxX
2

2 / answer = সভ্রান্ত মৌলবোৰে আন মৌলৰ সৈতে যৌগ গঠন নকৰে। আনহাতে ইহতৰ ইলেক্ট্ৰনিয় বিন্যাস একেধৰণৰ আৰু যোজ্যতাও

1। সেয়ে ইহঁতক সুকীয়া বর্গত থোৱা হয়।

Answered by TRISHNADEVI
4

QUESTION 1 :

 \\

★ মৌলৰ পৰ্যাবৃত্ত তালিকাত পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ কমে, কিয় ?

 \\

ANSWER :

 \\

  • মৌলৰ পৰ্যাবৃত্ত তালিকাত পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে নতুন কোনো কক্ষৰ আগমন নহৈ সেই একেটা কক্ষতে ইলেকট্ৰনৰ সংখ্যা বৃদ্ধি পাব ধৰে । যিহেতু পৰমাণু ক্ৰমাংক বৃদ্ধি পোৱাৰ লগে লগে নিউক্লিয়াছৰ আধানো বৃদ্ধি পাবলৈ আৰম্ভ কৰে । গতিকে, বৰ্হিতম কক্ষত থকা ইলেকট্ৰন আৰু নিউক্লিয়াছৰ মাজত আকৰ্ষণ শক্তি বৃদ্ধি পাবলৈ ধৰে, যাৰ ফলত পাৰমাণৱিক আকাৰ সংকুচিত হ'বলৈ ধৰে । সেয়েহে, মৌলৰ পৰ্যাবৃত্ত তালিকাত পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ কমে ।

 \underline{ \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \: }

QUESTION 2 :

 \\

★ সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে ?

 \\

ANSWER :

 \\

  • সম্ভ্ৰান্ত গেছবোৰ হৈছে নিষ্ক্ৰিয় গেছবোৰক আৰু ইহঁতক প্ৰকৃতিত অতি কম পৰিমাণে পোৱা যায় । গতিকে, পৰ্যাবৃত্ত তালিকাৰ আন মৌলবোৰৰ সজ্জাৰ যাতে কোনো ত্ৰুটি নহয়, সেয়ে সম্ভ্ৰান্ত গেছ ছয়টাক (He, Ne, Ar, Kr, Xe and Rn) পৰ্যাবৃত্ত তালিকাত এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে ।

 \underline{ \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \: }

QUESTION 3 :

 \\

★ আমাৰ তেজত থকা শ্বাস কণাবিধৰ নাম লিখা । কণাবিধৰ কাৰ্য উল্লেখ কৰা।

 \\

ANSWER :

 \\

  • আমাৰ তেজত থকা শ্বাস কণাবিধৰ নাম হ'ল হিম'গ্ল'বিন। হিম'গ্ল'বিন হ'ল তেজৰ লোহিত ৰক্ত কণিকাত থকা এবিধ শ্বাস ৰঞ্জক ।

  • হিম'গ্ল'বিনে প্ৰধানতঃ দেহত অক্সিজেন আৰু কাৰ্বন - ডাই - অক্সাইডৰ পৰিবহনত সহায় কৰে। ই হাওঁফাওঁৰ পৰা অক্সিজেন শৰীৰৰ বিভিন্ন অংশলৈ লৈ গৈ বিতৰণ কৰে ।
Similar questions