India Languages, asked by XxCharmingGuyxX, 1 month ago

here... for Assammese people

CLASS-10
subject_ science

don't spam ❌

if you don't know the language then don't answer.​

Attachments:

Answers

Answered by TRISHNADEVI
2

QUESTION :

 \\  \\

এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে - 5.5 ডায়প্টাৰ ক্ষমতাৰ লেনছ্ ৰ আৱশ্যক । তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেনছ্ ৰ ক্ষমতা 1.5 ডায়প্টাৰ হ'লে -- (i) দূৰ দৃষ্টিগ্ৰস্ততা (ii) নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যক হোৱা লেনছ্ ৰ ফ'কাছ দৈৰ্ঘ্য কিমান ?

 \underline{ \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \: }

SOLUTION :

 \\  \\

(i)

 \\

দিয়া আছে,

  • দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেনছ্ ৰ ক্ষমতা, p₁ = - 5.5 D

 \\

ধৰা হ'ল,

  • দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেনছ্ ৰ ফ'কাছ দৈৰ্ঘ্য = f₁

 \\

আমি জানো যে,

 \\

 \:  \:  \:  \:  \:  \:  \:  \bigstar \:  \:  \:  \:  \:   \boxed{\bold{ \large{ \:  \:  \:  \: p =  \dfrac{ \: 1 \: }{ \: f \: }  \:  \:  \:  \: }}}

 \\

প্ৰশ্নমতে,

 \\

 \: \bigstar \:  \:   \: \sf{p_1 =  \dfrac{1}{f_1}}  \\  \\ \sf{  \implies \: p_1 \times f_1 = 1} \\  \\   \sf{\implies \: f_1 =  \dfrac{1}{p_1}}  \:  \:  \:  \:  \\  \\  \sf{ \implies \: f_1  =  \dfrac{1}{ - 5.5} } \\  \\   \:  \:  \:  \:  \:  \:  \:  \:  \sf{\implies \: f_1 =  - 0.1818 \: m} \\  \\  \:  \:  \:  \:  \:  \sf{  \therefore \:  \underline{ \: f_1 =  - 18.18 \: cm \:  }}

 \\

  • ∴ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেনছ্ ৰ ফ'কাছ দৈৰ্ঘ্য, f₁ = - 18.18 cm.

\underline{ \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \: }

(ii)

 \\

দিয়া আছে,

  • নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেনছ্ ৰ ক্ষমতা, p₂ = 1.5 D

 \\

ধৰা হ'ল,

  • নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেনছ্ ৰ ফ'কাছ দৈৰ্ঘ্য = f₂

 \\

আমি জানো যে,

 \\

 \:  \:  \:  \:  \:  \:  \:  \bigstar \:  \:  \:  \:  \:   \boxed{\bold{ \large{ \:  \:  \:  \: p =  \dfrac{ \: 1 \: }{ \: f \: }  \:  \:  \:  \: }}}

 \\

প্ৰশ্নমতে,

 \\

 \: \bigstar \:  \:   \: \sf{p_2 =  \dfrac{1}{f_2}}  \\  \\ \sf{  \implies \: p_2 \times f_2 = 1} \\  \\   \sf{\implies \: f_2 =  \dfrac{1}{p_2}}  \:  \:  \:  \:  \\  \\  \sf{ \implies \: f_2  =  \dfrac{1}{ 1.5} } \\  \\   \:  \:  \:  \:  \:  \:  \:  \:  \sf{\implies \: f_2 =  0.6667 \: m} \\  \\  \:  \:  \:  \:  \:  \sf{  \therefore \:  \underline{ \: f_2 =  66.67 \: cm \:  }}

 \\

  • ∴ নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেনছ্ ৰ ফ'কাছ দৈৰ্ঘ্য, f₂ = 66.67 cm.

\underline{ \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \:  \: }

ANSWER :

 \\  \\

এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে - 5.5 ডায়প্টাৰ ক্ষমতাৰ লেনছ্ ৰ আৱশ্যক আৰু তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যকীয় লেনছ্ ৰ ক্ষমতা 1.5 ডায়প্টাৰ হ'লে -

  • (i) দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যক হোৱা লেনছ্ ৰ ফ'কাছ দৈৰ্ঘ্য = - 18.18 cm.

  • (ii) নিকট দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যক হোৱা লেনছ্ ৰ ফ'কাছ দৈৰ্ঘ্য = 66.67 cm.
Similar questions