লিখকে আমাৰ বৰ্তমানৰ শিক্ষা কামৰ শিক্ষা নহয় বুলি
কিয় কৈছে বুজাই লিখা।
[HSLC 17]
Answers
Answered by
12
Answer:
লিখকে আমাৰ বৰ্তমানৰ শিক্ষা কামৰ শিক্ষা নহয় বুলি কৈছে কাৰণ বৰ্তমান শিক্ষাৰ ঘাই উদ্দেশ্য চাকৰিহে হয় । শিক্ষক সকলে ছাত্ৰসকলক পাঠৰ আভ্যন্তৰীণ বোধ বা মূল বিষয়বস্তু শিক্ষাৰ্থীক অৱগত কৰোৱাত বহু ক্ষেত্ৰত অপাৰগ হয় , ঠিক একেদৰে অভিভাৱকসকলৰ বহুতেই নিজৰ সন্তানক নম্বৰৰ প্ৰতিযোগিতামূলক পৃথিৱীখনৰ সৈতে ফেৰ মৰোৱাৰ ক্ষেত্ৰতহে অধিক গুৰুত্ব আৰোপ কৰে । আনহাতে শাৰীৰিক শিক্ষাৰ বিষয়তো দেশৰ পঢ়াশালিসমূহত ভেকোভাওনা সদৃশ পৰিস্থিতিয়েহে বৰ্তি থকা দেখা যায় ।
Explanation:
I hope its help you
Answered by
0
Explanation:
আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অবস্থাত আছে ছাএ জীৱনৰ আৰু সমাজসেৱা পাঠটোৰ আধাৰত বুজাই লিখা
Similar questions