Science, asked by XxCharmingGuyxX, 9 hours ago

(I) এটা 0.5m মিটাৰ দীঘল ছলেনয়ডৰ এটা মূৰত চুম্বকীয় ক্ষেত্ৰৰ প্ৰাৱল্য ‘L। যিকোনাে এটা মূৰৰ পৰা0.25m -ত প্ৰাৱল্য কিমান ?

(II) আমাৰ চকুৰ আইৰিচ আৰু চিলিয়েৰী পেশীৰ ভূমিকা কি?

(⚔️⚔️⚔️⚔️⚔️⚔️⚔️⚔️⚔️This question belongs Assamese language and Only for Assamese people .don't spam other users pls ⚔️⚔️⚔️⚔️⚔️⚔️)​​

Answers

Answered by kritee88
5

Answer:

ii) আইৰিচ আৰু চিলিয়াৰী পেশীৰ ভূমিকা :

অাইৰি(Iris) : কৰ্ণিয়াৰ পিছফালে থকা আইৰিচ খন ক'লা পেশীযুক্ত পৰ্দা যিয়ে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে

চিলিয়াৰী পেশী(ciliary muscles) : চিলিয়াৰী পেশীয়ে চকুৰ লেন্সক সঠিক অৱস্থাত ধৰি ৰখা আৰু ইয়াৰ ফকা' দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটাত সহায় কৰে

Explanation:

Hope this will help you. Plz mark me as brainliest.

Similar questions